Baartalaap

Baartalaap a song by Shankuraj Konwar on Foxsoundi — Free Music, Smart Streaming for Everyone

Baartalaap by Shankuraj Konwar

Baartalaap Lyrics

[00:44.99] পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[00:51.71] চিয়াঁহী মনৰ, খেয়ালী ৰঙৰ কেনভাছত বাৰ্তালাপ
[00:58.60]
[01:12.33] পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[01:18.97] চিয়াঁহী মনৰ, খেয়ালী ৰঙৰ কেনভাছত বাৰ্তালাপ
[01:26.05] কুঁৱলীৰে নিহালীত জ্বলি জ্বলি ধেমালি
[01:32.82] খেয়ালী মনত হেঁপাহৰ গুন্-গুন্
[01:36.22] তমসাত নাচে ৰ'দালিৰে উম
[01:39.78] নিহালীতে ধেমালি গলি গলি বাৰ্তালাপ
[01:46.29] ফাগুন-বৰণ, নিবিড় লগন
[01:53.10] হেৰুওৱা কবিতাৰ কলতান, কলতান
[02:00.03] ফাগুন-বৰণ, নিবিড় লগন
[02:06.77] হেৰুওৱা কবিতাৰ কলতান, কলতান
[02:13.77] স্মৃতিৰে কোমল কাঁচিয়লি ৰ'দ, কেনভাছত বাৰ্তালাপ
[02:20.90] সুমথিৰা সপোনৰ ৰহণ বুটলি কেনভাছত বাৰ্তালাপ
[02:27.73] সোঁৱৰণিৰ প্ৰহেলিকাত দুটি ওঁঠৰ তুলিকা
[02:34.59] পাহৰণিৰে তুলি অৱগুণ্ঠন
[02:38.29] এটি-দুটি মিঠা শব্দৰ গুঞ্জন
[02:41.47] দুটি ওঁঠৰ তুলিকাত জীপাল হেজাৰ বাৰ্তালাপ
[02:48.04] ফাগুন-বৰণ, নিবিড় লগন
[02:54.84] হেৰুওৱা কবিতাৰ কলতান, কলতান
[03:01.65] ফাগুন-বৰণ, নিবিড় লগন
[03:08.58] হেৰুওৱা কবিতাৰ কলতান, কলতান
[03:15.54]
[03:43.75] জাপি থোৱা সময়ৰ এজাপ ফুলাম চিঠি
[03:50.59] নোকোৱা কথাৰ ভোমোৰা খেদি খেদি
[03:57.38] ডাৱৰৰ সাঁথৰ ভাঙি
[04:00.74] বেলিফুল আকাশ চানি
[04:04.17] বিচাৰি সঁচাৰ মৰীচিকা
[04:13.80] ফাগুন-বৰণ, নিবিড় লগন
[04:20.68] হেৰুওৱা কবিতাৰ কলতান, কলতান
[04:27.48] ফাগুন-বৰণ, নিবিড় লগন
[04:34.31] হেৰুওৱা কবিতাৰ কলতান, কলতান
[04:41.18] ফাগুন-বৰণ, নিবিড় লগন
[04:47.90] হেৰুওৱা কবিতাৰ কলতান, কলতান
[04:54.85] ফাগুন-বৰণ, নিবিড় লগন (ফাগুন-বৰণ)
[05:01.74] হেৰুওৱা কবিতাৰ কলতান, কলতান
[05:09.05] পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:15.98] পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:22.48]
[05:36.58] পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:43.45] পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:50.28] পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:57.08] পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[06:03.58]

From the album: Baartalaap